ৰহাত ২৮ ক্লাচটাৰৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক(CRCC) টেবলেট পিচি বিতৰণ - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

Snakiy Makhana (Adv.)

ৰহাত ২৮ ক্লাচটাৰৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক(CRCC) টেবলেট পিচি বিতৰণ

 


চয়েল খেতান, ৰহা


  ৰহা কপিলী প্ৰাথমিক শিক্ষাখণ্ড কাৰ্যলয়ত সমগ্ৰ অসম, কপিলী প্ৰাথমিক শিক্ষাখ্ণ্ড ৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক(CRCC) টেবলেট পিচি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।কপিলী প্ৰাথমিক শিক্ষাখণ্ড বিষয়া বিজয় ক'ৰৰ উপস্থিতিত কপিলী প্ৰাথমিকখণ্ডৰ ২৮ ক্লাচটাৰৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলক টেবলেট পিচি বিতৰণ কৰে ।বিদ্যালয়ৰ যাৱতীয় কাম কাজ টেবলেট ৰ মাধ্যমেৰে শৰতকীয়া হব বুলি মত পোষন কৰি অসম চৰকাৰ শিক্ষা বিভাগক ধনবাদ জ্ঞাপন কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলে।

   এই উপলক্ষে এমআইচি নেকিবুৰ ৰহমান, ২৮টা ক্লাচটাৰৰ চিআৰচিচি, শিক্ষা বিভাগৰ বিষয়া উপস্থিত থাকে।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें