চয়েল খেতান, ৰহা
বেবেজিয়া ভুগেশ্বৰ হাজৰিকা মুকলি মঞ্চত Theworkout Zone(TWZ)Gym,Bebejia ৰ উদ্যোগত অনুষ্ঠিত Indian Body Builders Federation 53ND Nagaon district Bodybuilding championship 2025ৰ ৬৫কেজি ৰ জুনিয়ৰ কেটেগেৰিত অংশ গ্ৰহন কৰি Mr.Nagaon খিতাপ অৰ্জন কৰি হৈ ৰহাৰ লগতে জিলালৈ গৌৰৱ কঢিয়াই অনা ৰহাচকি নিবাসী প্ৰয়াত ৰবিন গগৈ আৰু ভাৰতী গগৈৰ সু সন্তান দেৱাশীষ গগৈৰ ঘৰত শুক্ৰবাৰে বিয়লী ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে।







कोई टिप्पणी नहीं:
एक टिप्पणी भेजें