চাপৰমুখ টাউন এল পি স্কুলত পাবাৰগ্ৰীড কৰপৰেচন ওফ ইন্ডিয়াই প্ৰদান কৰে ফাৰ্নিচাৰ, আলমিৰা - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

Snakiy Makhana (Adv.)

চাপৰমুখ টাউন এল পি স্কুলত পাবাৰগ্ৰীড কৰপৰেচন ওফ ইন্ডিয়াই প্ৰদান কৰে ফাৰ্নিচাৰ, আলমিৰা


চয়েল খেতান, ৰহা


চাপৰমুখ টাউন এল পি স্কুলত সোবাবাৰে পাবাৰ গ্ৰীড কৰপৰেচন ওফ ইন্ডিয়াই ১৭লাখ ৭৭হাজাৰ ৪৮৯টকা ব্যয় সাপেক্ষে ১৩০টা desk benches, ৫টা Book self, ৫টা Almira, ২টা conference table,১০টা chair আৰু ১টা secretary table with chair প্ৰদান কৰে।

      এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰীয়ে গীত নৃত্য পৰিবেশন কৰাৰ লগতে

 মিছা subdivisions পাবাৰ গ্ৰীডৰ chief manager নবীন কুমাৰ মাহতো, Assistant Manager সুস্মিতা চক্ৰৱৰ্তী, পাবাৰ গ্ৰীড মিছা চাব ডিভিজন jagriti Mahila samiti ৰ অধ্যক্ষা ৰিতুপৰ্না মেধি, চাপৰমুখ টাউন এল পি স্কুল ৰ প্ৰধান শিক্ষয়ত্ৰী ইন্দিৰা বৰা

ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয়, সমিতি ৰহাৰ প্ৰধান পৰিচালক অবনি কুমাৰ শইকীয়া, চাপৰমুখ ৰেলৱে এম ই ৰ প্ৰাক্তন প্ৰধান শিক্ষক মানিক লাল ঘোষ, চাপৰমুখ টাউন এল পি স্কুলৰ শিক্ষক বসন্ত কুমাৰ বৰা সহ বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें