ৰহাত "অ জুবিন দা" গীতৰ শুভ মুক্তি,উন্মোচন কৰে বিশিষ্ট ভাস্কৰ্য্য শিল্পী ভগৱান সেনাপতিয়ে - Rise Plus

NEWS

Rise Plus

असम का सबसे सक्रिय हिंदी डिजिटल मीडिया


Post Top Ad

ৰহাত "অ জুবিন দা" গীতৰ শুভ মুক্তি,উন্মোচন কৰে বিশিষ্ট ভাস্কৰ্য্য শিল্পী ভগৱান সেনাপতিয়ে



চয়েল খেতান, ৰহা


পহিলা বহাগত ৰহা মহাবিদ্যালয় প্ৰাক্তন অধ্যাপিকা ড°ৰাজশ্ৰী বৰাৰ বাসগৃহত হিয়াৰ আমঠু জুবিন গাৰ্গ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অ জুবিন দা গীতৰ শুভ মুক্তি হয় ৷ উক্ত অনুষ্ঠান শুভ উন্মোচন কৰে বিশিষ্ট ভাস্কৰ্যশিল্পী ভগৱান সেনাপতিয়ে ৷ ৰহা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° ৰাজশ্ৰী বৰাই ৰচনা আৰু কথা দিয়া গীত টোৰ কণ্ঠদান আৰু সুৰ দিয়ে নিয়ৰ গণেশ লগতে সংগীত পৰিচালনা কৰে দীল ৰাজে আৰু ভিডিঅ ক্ষেত্ৰত সহায় কৰে জীৱন বিকাশ ৷ জুবিন গাৰ্গ স্মৃতিক লৈ ৰচনা কৰা গীত টি সকলোৱে আদৰি লব বুলি আশা প্ৰকাশ কৰিছে ৷

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

नियमित रूप से WhatsApp पर हमारी खबर प्राप्त करने के लिए दिए गए 'SUBSCRIBE' बटन पर क्लिक करें